Nojoto: Largest Storytelling Platform

(তিনি) ছন্দোময় হৃদয়ত এতিয়া বকুল ফুলিছে। ভালপোৱাৰ

(তিনি)

ছন্দোময় হৃদয়ত এতিয়া বকুল ফুলিছে। ভালপোৱাৰ সুগন্ধিবোৰ গাঢ় হৈ আহিছে। শব্দ আৰু আকুলতা.....এই দুটাইটো মোৰ পথ; যাৰ দ্বাৰা ম‌ই সংযোগৰ সেঁতু গঢ়িছো, তোমাৰ আৰু মোৰ মাজত। মোৰ হৃদয়ৰ নিভৃত কোণটোত আজি শব্দৰ জোৱাৰ! কোনে কয়....'চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়' বুলি, ক'তা তুমিতো আজি মোৰ একেবাৰেই কাষৰত। ম‌ইতো অনুভৱ কৰা নাই মাইলৰ দূৰত্ব অতিক্ৰমি তুমি মোৰ প্ৰতিটো কথাৰ পৰা আঁতৰত অৱস্থান কৰা ব্যথা‌।❤️
"কাষত পোৱাৰ অযুত হেপাঁহৰ পাছতো তুমি মোৰ হৃদয়ে স্পৰ্শ কৰিব নোৱাৰা এটি পবিত্ৰ প্ৰাৰ্থনা"।

©Seema Kalita #One day everything will be fine.
#Life 
#Divine love

#candle

seemakalita8142

Words

Bronze Star
New Creator