Nojoto: Largest Storytelling Platform

সদ্য যৌৱনা প্ৰকৃতিত লাজৰ সেউজীয়া আৱৰণ, কুমলীয়া কুঁ

সদ্য যৌৱনা প্ৰকৃতিত লাজৰ সেউজীয়া আৱৰণ, কুমলীয়া কুঁহিপাতত বসন্তৰ হেপাঁহৰ নাচোন, পিৰিতিৰ তাঁতশালত আৱেগৰ গামোচাত চেনেহৰ ভমকা ফুল ,অসমী আইৰ অতিকৈ আদৰৰ ব'হাগৰ আকাশত ৰিব ৰিব গুঞ্জৰিত সুখ সমৃদ্ধিৰ কল্লোল্ । happy bihu