টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম এটাতেই জীয়াই থাকিব খোজে। স্বপ্নভংগ ৰাতিবোৰতো জীয়াই থকাৰ হাবিয়াস ৰাখে, অথচ আনজনে খবৰ নাৰাখে তেওঁক যে কোনোৱে কাতৰভাৱে বিচাৰে। #yqbaba #yqbandhoi #assamese