Nojoto: Largest Storytelling Platform

টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম

টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম এটাতেই জীয়াই থাকিব খোজে। 
   স্বপ্নভংগ ৰাতিবোৰতো জীয়াই থকাৰ হাবিয়াস ৰাখে, অথচ আনজনে খবৰ নাৰাখে তেওঁক যে কোনোৱে কাতৰভাৱে বিচাৰে।  #yqbaba #yqbandhoi #assamese

richabhattachary1137

R...🍁

New Creator