Nojoto: Largest Storytelling Platform

তুমি কাৰোবাক নাপালে মৰি যাবা সেইটো হ'ল আৱেগ, তোম

তুমি কাৰোবাক নাপালে

মৰি যাবা সেইটো হ'ল আৱেগ,

তোমাক জন্ম দিব গৈ এজনী মাতৃয়ে

মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে

সেইটো হ'ল বাস্তৱতা।🍁

©jaanbi
  #MothersDay
aisha4653894936046

jaanbi

New Creator