Nojoto: Largest Storytelling Platform

অগৰু আজি ডাঠ মোৰ কলিজাৰ আৱৰণ। শিলৰ খুন্দনবোৰো যে

অগৰু

আজি ডাঠ মোৰ কলিজাৰ আৱৰণ।
শিলৰ খুন্দনবোৰো যে ম্লান।।
নাশক পিপৰৰ বাগৰণ।
তজবজীয়া ঠানুৱাৱাৰ ত্ৰাণ।।

মুকুতা বুলি কৰিলোঁ বন্ধুত্ব!
হেৰুৱালোঁ মোৰ ঘনত্ব!
শত্ৰু বোৰ যে গৃহস্ত!!
মই যে নিৰস্ত্ৰ!!

অবাবতে নিৰলাৰ কৰিলোঁ খণ্ডন!
পালো অবিৰত কান্দোন!
এতিয়া গৰমৰ পৰা বিৰত।
দেহটোকে কুটি কুটি নিৰত।

না বোলে বীজ হলো!
ভীমৰ গদাহৈ জন্মিলো!
এয়া ৰূপ নে কলংকৰ কৌশল!!
নে কৃপা নে কৃষ্ণাভ কুণ্ডল!! from wings of heart
অগৰু

আজি ডাঠ মোৰ কলিজাৰ আৱৰণ।
শিলৰ খুন্দনবোৰো যে ম্লান।।
নাশক পিপৰৰ বাগৰণ।
তজবজীয়া ঠানুৱাৱাৰ ত্ৰাণ।।

মুকুতা বুলি কৰিলোঁ বন্ধুত্ব!
হেৰুৱালোঁ মোৰ ঘনত্ব!
শত্ৰু বোৰ যে গৃহস্ত!!
মই যে নিৰস্ত্ৰ!!

অবাবতে নিৰলাৰ কৰিলোঁ খণ্ডন!
পালো অবিৰত কান্দোন!
এতিয়া গৰমৰ পৰা বিৰত।
দেহটোকে কুটি কুটি নিৰত।

না বোলে বীজ হলো!
ভীমৰ গদাহৈ জন্মিলো!
এয়া ৰূপ নে কলংকৰ কৌশল!!
নে কৃপা নে কৃষ্ণাভ কুণ্ডল!! from wings of heart
dasdass6129

Somee

New Creator