Nojoto: Largest Storytelling Platform

#ভাগ্য নে কোনোবা অদৃশ্য শক্তি# সময়ৰ দাবী মানিবই লা

#ভাগ্য নে কোনোবা অদৃশ্য শক্তি#
সময়ৰ দাবী মানিবই লাগিব ।
NERIMৰ পিছত চাগে!!!
...বহুতো সুযোগ আহিছিল, 
কিন্তু একমাত্ৰ সময়ৰ দাবীয়ে
দেখাদেখি হ'ব নিদিলে।
সময়ৰ দাবী আকৌ আহিব;
...সুযোগ,সুবিধা সকলো হ'ব মোৰ,
....তোমাৰ ।
সময়ে আমালৈ অতুলনীয় কাব্যিক সৌন্দৰ্য্যৰ দিনবোৰ লিপিবদ্ধ কৰিছে,
একমাত্ৰ সময়ৰ দাবীত
আজিৰ অচিনাকী দুজন
অহাকালিৰ চিনাকী হ'বলৈ বাধ্য....
সময়ৰ ঢৌৱে বিচাৰিলে পুনৰ হ'ব মিলন,
হয়তো হ'ব মধুময় মানভঞ্জন...
♥️ #समयकेसाथ
#ভাগ্য নে কোনোবা অদৃশ্য শক্তি#
সময়ৰ দাবী মানিবই লাগিব ।
NERIMৰ পিছত চাগে!!!
...বহুতো সুযোগ আহিছিল, 
কিন্তু একমাত্ৰ সময়ৰ দাবীয়ে
দেখাদেখি হ'ব নিদিলে।
সময়ৰ দাবী আকৌ আহিব;
...সুযোগ,সুবিধা সকলো হ'ব মোৰ,
....তোমাৰ ।
সময়ে আমালৈ অতুলনীয় কাব্যিক সৌন্দৰ্য্যৰ দিনবোৰ লিপিবদ্ধ কৰিছে,
একমাত্ৰ সময়ৰ দাবীত
আজিৰ অচিনাকী দুজন
অহাকালিৰ চিনাকী হ'বলৈ বাধ্য....
সময়ৰ ঢৌৱে বিচাৰিলে পুনৰ হ'ব মিলন,
হয়তো হ'ব মধুময় মানভঞ্জন...
♥️ #समयकेसाथ