চুলিবোৰ অবাধ্য কৰি তোলাৰ বাবেই বতাহক ভাল পাওঁ, মেঘক হাতৰ মুঠিত চুবলৈ পাও বাবেই বৰষুণ ভাল পাওঁ, সূৰ্যমুখীৰ হেঁপাহতেই ৰ'দৰ আচল ধৰো, খিৰিকী জপাই কেনেকৈনো জোনাকৰ প্ৰেমত পৰো ?? #জোনাক #প্ৰেম #yqbandhoi #yqbaba #assamese #assamesequote #assamesewriters