Nojoto: Largest Storytelling Platform

আপুনি, আন্ধাৰছটীয়া বাটটোৱেদি তমসাচ্ছন্নৰ পৰা আঁতৰ

আপুনি, 
আন্ধাৰছটীয়া বাটটোৱেদি তমসাচ্ছন্নৰ পৰা আঁতৰাই আনি মোক আন এখন তমসাচ্ছন্ন পৃথিৱীত মেলি দিলে ।
  
ইয়াতো কিন্তু পাৰ্থক্য আছে, 
মোৰ পৃথিৱীৰ তমসা আছিল জোনাক ৰাতিৰ আৰু
আপুনি উপায়ন কৰা পৃথিৱীত গিজগিজাই আছে কেৱল প্ৰতাৰণাৰ ঘোৰ তমসা। 
 #তমসা 
সহযোগ কৰিব পাৰে

nojotouser9103025844

sangita

New Creator

#তমসা সহযোগ কৰিব পাৰে