Nojoto: Largest Storytelling Platform

ঊজাগৰি নিশাক প্ৰয়োজন বুলি কয় মোৰ ভালপোৱাক তিৰস্কাৰ

ঊজাগৰি নিশাক প্ৰয়োজন বুলি কয়
মোৰ ভালপোৱাক তিৰস্কাৰ নকৰিবা। 
তুমি কি বুজিবা? 
মোৰ হৃদয়ৰ প্ৰণয়ৰ গভীৰতা..
তুমি তু মোৰ প্ৰিয়তকৈ প্ৰিয় আছিলা ..,
আৰু এতিয়া
স্বীকৃতিৰ অভাৱত মৰহি যোৱা 
ভালপোৱা হৈ স্মৃতিৰ পাতত ৰ'লা...!  #YourQuoteAndMine
Collaborating with Prasanna Boruah
নিমন্ত্ৰণ ৰক্ষাৰ স্বাৰ্থত কিবা কিবি....
ঊজাগৰি নিশাক প্ৰয়োজন বুলি কয়
মোৰ ভালপোৱাক তিৰস্কাৰ নকৰিবা। 
তুমি কি বুজিবা? 
মোৰ হৃদয়ৰ প্ৰণয়ৰ গভীৰতা..
তুমি তু মোৰ প্ৰিয়তকৈ প্ৰিয় আছিলা ..,
আৰু এতিয়া
স্বীকৃতিৰ অভাৱত মৰহি যোৱা 
ভালপোৱা হৈ স্মৃতিৰ পাতত ৰ'লা...!  #YourQuoteAndMine
Collaborating with Prasanna Boruah
নিমন্ত্ৰণ ৰক্ষাৰ স্বাৰ্থত কিবা কিবি....
nojotouser9103025844

sangita

New Creator