Nojoto: Largest Storytelling Platform

অনুভৱ মন উৰণীয়া দেহা দুদিনীয়া তথাপিও মনত হেপা

অনুভৱ 


মন উৰণীয়া 
দেহা দুদিনীয়া 
তথাপিও মনত হেপাঁহ 
নপলাই
হাবাথুৰি খাই বিচাৰি
ফুৰো 
মোৰেই থাকক সকলো
মইয়েই হওঁ ৰজা বা ৰাণী ।
               
        
              by Asthajita kakoti #Freedom a poem in Assamese
অনুভৱ 


মন উৰণীয়া 
দেহা দুদিনীয়া 
তথাপিও মনত হেপাঁহ 
নপলাই
হাবাথুৰি খাই বিচাৰি
ফুৰো 
মোৰেই থাকক সকলো
মইয়েই হওঁ ৰজা বা ৰাণী ।
               
        
              by Asthajita kakoti #Freedom a poem in Assamese