Nojoto: Largest Storytelling Platform

সমুখত এটি বহল বাট.... সমুখত এটি বহল বাট, কেতিয়াও

সমুখত এটি বহল বাট....

সমুখত এটি বহল বাট,
কেতিয়াও থমকি নোৰোৱা প্ৰতিশ্ৰুতিৰে
প্ৰতিদিনেই,
সংগ্ৰামৰ বৰষুণ জাকত তিতিবুৰি 
ৰ'দলৈ বাট চাওঁ।
চৌপাশ আন্ধাৰে আৱৰা,
পোহৰ হৈ ঈশ্বৰ আছে। #When words turns into feelings.
সমুখত এটি বহল বাট....

সমুখত এটি বহল বাট,
কেতিয়াও থমকি নোৰোৱা প্ৰতিশ্ৰুতিৰে
প্ৰতিদিনেই,
সংগ্ৰামৰ বৰষুণ জাকত তিতিবুৰি 
ৰ'দলৈ বাট চাওঁ।
চৌপাশ আন্ধাৰে আৱৰা,
পোহৰ হৈ ঈশ্বৰ আছে। #When words turns into feelings.
seemakalita8142

Words

Bronze Star
New Creator

#when words turns into feelings.