Nojoto: Largest Storytelling Platform

Ckbcc জীৱনৰ প্ৰথমটি খোজ _________________________


Ckbcc জীৱনৰ প্ৰথমটি খোজ
___________________________
Ckbcc জীৱনৰ প্ৰথমটি খোজ,
জনা নজনাকে হলোঁহি commerce নামৰ
 steam টোৰ লগত জড়িত, 
এক নতুন ঠাই 
এক নতুন বিষয় বস্তুৰে পাতনি মেলিলোঁ নতুন যাত্ৰাৰ।
দুয়ো কাষে বকুল গছৰে আৱৰি থকা 
সৰু ৰাস্তাৰে আহি পাইছিলোঁ
এখন শান্ত অচিন ঠাই
যত নাই কোনো আত্মীয় ।
আমলখি তলেৰে আহি ভৰি দিছিলোঁ 
এক নতুন কোঠাত যত মানুহ থাকিও 
চাৰিও ফালে জন শূণ্য পৰিৱেশৰ 
মোকাবিলা কৰিছিলোঁ।
যত লগ পালোঁ অচিন চিনাকি বহুত লোক।
মুখ বোৰ দেখিবলৈ একেবাৰে অচিন আছিল,
লাহে লাহে নিজকে বিলীন কৰিব চেষ্টা কৰিছিলোঁ 
সেই বিশেষ চৰিত্ৰ বোৰৰ লগত।
এতিয়া যেন সেই অচিন ঠাইয়েই হৈ পৰিল 
জীৱন সংগ্ৰামৰ ৰণ ক্ষেত্ৰ। Ckb commerce college jorhat
#secondquotebyme #comment #college #love #poem

Ckbcc জীৱনৰ প্ৰথমটি খোজ
___________________________
Ckbcc জীৱনৰ প্ৰথমটি খোজ,
জনা নজনাকে হলোঁহি commerce নামৰ
 steam টোৰ লগত জড়িত, 
এক নতুন ঠাই 
এক নতুন বিষয় বস্তুৰে পাতনি মেলিলোঁ নতুন যাত্ৰাৰ।
দুয়ো কাষে বকুল গছৰে আৱৰি থকা 
সৰু ৰাস্তাৰে আহি পাইছিলোঁ
এখন শান্ত অচিন ঠাই
যত নাই কোনো আত্মীয় ।
আমলখি তলেৰে আহি ভৰি দিছিলোঁ 
এক নতুন কোঠাত যত মানুহ থাকিও 
চাৰিও ফালে জন শূণ্য পৰিৱেশৰ 
মোকাবিলা কৰিছিলোঁ।
যত লগ পালোঁ অচিন চিনাকি বহুত লোক।
মুখ বোৰ দেখিবলৈ একেবাৰে অচিন আছিল,
লাহে লাহে নিজকে বিলীন কৰিব চেষ্টা কৰিছিলোঁ 
সেই বিশেষ চৰিত্ৰ বোৰৰ লগত।
এতিয়া যেন সেই অচিন ঠাইয়েই হৈ পৰিল 
জীৱন সংগ্ৰামৰ ৰণ ক্ষেত্ৰ। Ckb commerce college jorhat
#secondquotebyme #comment #college #love #poem