Nojoto: Largest Storytelling Platform

বহুত স্মৃতি শক্তি থকা মগজু লাগিব, ভুলবোৰ উলিয়াবৰ

বহুত স্মৃতি শক্তি থকা মগজু লাগিব,
ভুলবোৰ উলিয়াবৰ কাৰণে।
কিন্তু এখন সুন্দৰ কোমল হৃদয় লাগিব,
সেই ভূলবোৰক ক্ষমা কৰি দিবলৈ।
বহুত স্মৃতি শক্তি থকা মগজু লাগিব,
ভুলবোৰ উলিয়াবৰ কাৰণে।
কিন্তু এখন সুন্দৰ কোমল হৃদয় লাগিব,
সেই ভূলবোৰক ক্ষমা কৰি দিবলৈ।