Nojoto: Largest Storytelling Platform

No one but you কিয় আমনি কৰে সেই অভিমানবোৰে কিয় হৃ

No one but you কিয় আমনি কৰে সেই অভিমানবোৰে 
কিয় হৃদয়ত খুন্দিয়াই বাৰে বাৰে স্মৃতিৰ বতাহজাকে……
মৌনতাই গীত গায় তোমাৰ মুখৰ শব্দবোৰেৰে……
উভতাই লৈ আনিব মন যায় হৃদয়ৰ কাষলে …
আকৌ উজাৰি দিব মন যায় সৰ্বস্ত ভালপোৱাবোৰ তোমাৰে নামতে……… Assamese sad quote

nilinamul9777

Nil Inamul

New Creator