Nojoto: Largest Storytelling Platform

আমি যেন এক শূন্য..... জীৱনৰ এই দোমোজা কিছু পুৰণি,

আমি যেন এক শূন্য.....

জীৱনৰ এই দোমোজা কিছু পুৰণি,
না তেওঁ হাঁহে, না মই অশ্ৰো টোকো,
না তেওঁ কোনো উৎসাহ জগাই, না মই তেওঁক সাৱটি ধৰো।
না তেওঁ কোনো মাত দিয়ে, না মই তেওঁৰ কাষ চাপো,
না তেওঁ জয়ী হয়, না মইও পৰাজয় স্বীকাৰ কৰোঁ।
না তেওঁ উভতি চাই, না মইও নিজ অভিমান কম কৰোঁ,
না তেওঁৰ কোনো শত্ৰুতা ইয়াত, না বন্ধুত্বৰ প্ৰয়োজন মই অনুভৱ কৰোঁ।

দুয়ো যাওঁ সমান্তৰাল হৈ, কোনো ৰেল-আলিৰ দৰে
জীৱনৰ প্ৰত্যাশা আৰু প্ৰত্যয়ৰ গাড়ী খন আগবঢ়ায়....
যুঁজ দি ক্লান্ত হৈ বহি পৰিছো আজি হৈ মই মৌন্ন,
সময় আৰু পৰিস্থিতি সমুখত, আমি যেন এক শূন্য।

 #আমি_যেন_এক_শূন্য.....
#assamesepoetry #assamesepoem #অসমীয়াকবিতা #জীৱন #শূন্যতা #সময় #ক্লান্ত