Nojoto: Largest Storytelling Platform

গীতকে এটি গাইদিং ভোম ================== গ্ৰুপৰ ভ

গীতকে এটি গাইদিং ভোম
==================

গ্ৰুপৰ  ভিতৰত
 মইয়ে অকল জবলা ;
কৰবাত কেনেবাকৈ 
ভুল কৰিছোঁং হ’বলা !

চশমা নহ’লে তুমিও ভাল নেদেখা ;
ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷

Nojotoৰ ভিতৰত
মইহে অকল দুখীয়া ;
ধুনীয়া ফটো দিবলৈ 
দামী কেমেৰা নথকা ৷

যদি বেয়া পোৱা
আছে যদি কোনোবা ;
ইন্‌বক্সত আহিলৈ
লাহেকৈ মাত লগাবা ৷

যদি ভালে লাগে 
আই ল’ভ ইউ বুলি নক’বা ;
ইন্‌বক্সত আহিলৈ
হোৱাট্‌চএপ নম্বৰ খুজিবা ৷

≈≈≈≈≈≈≈≈≈≈≈

আমাৰে মিষ্টাৰে 
সুৰ তুলি তুলি যেতিয়া গীত যুৰিব
চাই থকা চিষ্টাৰে 
ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷

আমাৰে চিষ্টাৰে 
ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব
Nojotoৰ ব্ৰাদাৰে 
মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷

গেয়াৱ গেয়াৱ 
গেয়াৱ গেয়াৱ হেই ৷

 ≈≈≈≈≈≈≈≈≈≈

©Nipil Moran #Assamese shayari
#OneSeason
গীতকে এটি গাইদিং ভোম
==================

গ্ৰুপৰ  ভিতৰত
 মইয়ে অকল জবলা ;
কৰবাত কেনেবাকৈ 
ভুল কৰিছোঁং হ’বলা !

চশমা নহ’লে তুমিও ভাল নেদেখা ;
ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷

Nojotoৰ ভিতৰত
মইহে অকল দুখীয়া ;
ধুনীয়া ফটো দিবলৈ 
দামী কেমেৰা নথকা ৷

যদি বেয়া পোৱা
আছে যদি কোনোবা ;
ইন্‌বক্সত আহিলৈ
লাহেকৈ মাত লগাবা ৷

যদি ভালে লাগে 
আই ল’ভ ইউ বুলি নক’বা ;
ইন্‌বক্সত আহিলৈ
হোৱাট্‌চএপ নম্বৰ খুজিবা ৷

≈≈≈≈≈≈≈≈≈≈≈

আমাৰে মিষ্টাৰে 
সুৰ তুলি তুলি যেতিয়া গীত যুৰিব
চাই থকা চিষ্টাৰে 
ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷

আমাৰে চিষ্টাৰে 
ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব
Nojotoৰ ব্ৰাদাৰে 
মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷

গেয়াৱ গেয়াৱ 
গেয়াৱ গেয়াৱ হেই ৷

 ≈≈≈≈≈≈≈≈≈≈

©Nipil Moran #Assamese shayari
#OneSeason