Nojoto: Largest Storytelling Platform

জেতুকাৰ সেউজীয়া পাত ৰঙা ৰং লুকাই থাকে তাত জীৱনতো

জেতুকাৰ সেউজীয়া পাত

ৰঙা ৰং লুকাই থাকে তাত

জীৱনতো থাকে নানা ঘাট প্ৰতিঘাত

সাহসেৰে আগ বাঢ়ি গলে

পাবা নিশ্চয় সেন্দুৰীয়া বাট।
✍️মণ্টু ডেকা Assamese Poem, Bangla Poem#leaf
জেতুকাৰ সেউজীয়া পাত

ৰঙা ৰং লুকাই থাকে তাত

জীৱনতো থাকে নানা ঘাট প্ৰতিঘাত

সাহসেৰে আগ বাঢ়ি গলে

পাবা নিশ্চয় সেন্দুৰীয়া বাট।
✍️মণ্টু ডেকা Assamese Poem, Bangla Poem#leaf
montudeka7613

Montu Deka

New Creator