Nojoto: Largest Storytelling Platform

স্মৃতিৰে দগ্ধ গহীন নিশাৰ মুষলধাৰ বৰষুণজাক আৰু অনুভ

স্মৃতিৰে দগ্ধ গহীন নিশাৰ মুষলধাৰ বৰষুণজাক
আৰু অনুভৱৰ শেতেলিত মুৰ থৈ মনৰ ধী-ধিয়নিৰ সৈতে সেইজাকলৈ অপেক্ষাকৃত 
মইজনী!
কাৰণ......
সোঁৱৰণিৰ তনূনপাৎৰ উত্তাপত ফেকুৰি উঠা 
মোৰ নিৰম্বু হৃদয়খনক প্ৰাণদ বাকিবলৈ
একত্ৰে তোমাকো চুই যোৱা গোধৃতজাকেই যথেষ্ট অ' !!
 #অনুভৱৰ_দলিচা 
#বৰষুণজাক 
সহযোগ কৰিব পাৰে।   #YourQuoteAndMine
Collaborating with Bedangana Baruah
ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি

nojotouser9103025844

sangita

New Creator