Nojoto: Largest Storytelling Platform

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ  থাকোতে ওৰকে নপৰে আমাৰে বিহুটিৰ কথা💐💐

©Kabita
  #বিহু 

#অসমৰ জাতীয় উৎসৱ ❤🥰
kabita7559768616191

Kabita

New Creator

#বিহু #অসমৰ জাতীয় উৎসৱ ❤🥰 #Quotes

267 Views