Nojoto: Largest Storytelling Platform

ভগৱান, তুমি কি কলমেৰে লিখিছিলা মোৰ ভাগ্য....

ভগৱান, 
     তুমি কি কলমেৰে লিখিছিলা মোৰ ভাগ্য....? 
      মই নহয় নেকি সুখৰ যোগ্য...? 
  
    হৈ পৰিলোঁ নেকি মই
         আনৰ চকুৰ বালি....? 
কপালত সুখ লিখোতে কি হৈছিল নেকি
         তোমাৰ কলম খালী.....? #sazzadahmedtipu
ভগৱান, 
     তুমি কি কলমেৰে লিখিছিলা মোৰ ভাগ্য....? 
      মই নহয় নেকি সুখৰ যোগ্য...? 
  
    হৈ পৰিলোঁ নেকি মই
         আনৰ চকুৰ বালি....? 
কপালত সুখ লিখোতে কি হৈছিল নেকি
         তোমাৰ কলম খালী.....? #sazzadahmedtipu