Nojoto: Largest Storytelling Platform

মই যেন এখিলা সৰাপাত আৱৰিছো মাথো জীৱনৰ চিকুণ বাট

মই যেন এখিলা সৰাপাত 
আৱৰিছো মাথো 
জীৱনৰ চিকুণ বাট ;
ডাল এৰি সৰাৰ বেদনাত
হেৰুৱাও মনৰ চেতনা 
পৰিচয় মাথো মোৰ শূণ্যতা ।

                            Lyrics : ASGAR ALI Moi Jen Ekhila Khora Pat 
by ASGAR ALI. Kamrup ( Assam )
মই যেন এখিলা সৰাপাত 
আৱৰিছো মাথো 
জীৱনৰ চিকুণ বাট ;
ডাল এৰি সৰাৰ বেদনাত
হেৰুৱাও মনৰ চেতনা 
পৰিচয় মাথো মোৰ শূণ্যতা ।

                            Lyrics : ASGAR ALI Moi Jen Ekhila Khora Pat 
by ASGAR ALI. Kamrup ( Assam )
asgarali7451

Asgar Ali

New Creator