Nojoto: Largest Storytelling Platform

শব্দবোৰ কিয় প্ৰিয়? শব্দবোৰত ৰহণ সানি উকা কাগজত বোল

শব্দবোৰ কিয় প্ৰিয়?
শব্দবোৰত ৰহণ সানি
উকা কাগজত বোলাই দিবলে নহয়...,
শব্দবোৰ যে মোৰ নিস্বাৰ্থ লগৰী
নিসংগতাৰ সাৰথি সেইবাবেহে
শব্দবোৰ মোৰ প্ৰিয়...।

 শব্দবোৰ কিয় প্ৰিয়??
সহযোগ কৰিব পাৰে__!
#অসমীয়া #অসমীয়া_অনুভৱ #অসমীয়া_কবিতা #assamesequote #yqassamese #yqbandhoi #bandhoicollab   #YourQuoteAndMine
Collaborating with Juri Baruah
শব্দবোৰ কিয় প্ৰিয়?
শব্দবোৰত ৰহণ সানি
উকা কাগজত বোলাই দিবলে নহয়...,
শব্দবোৰ যে মোৰ নিস্বাৰ্থ লগৰী
নিসংগতাৰ সাৰথি সেইবাবেহে
শব্দবোৰ মোৰ প্ৰিয়...।

 শব্দবোৰ কিয় প্ৰিয়??
সহযোগ কৰিব পাৰে__!
#অসমীয়া #অসমীয়া_অনুভৱ #অসমীয়া_কবিতা #assamesequote #yqassamese #yqbandhoi #bandhoicollab   #YourQuoteAndMine
Collaborating with Juri Baruah
nojotouser9103025844

sangita

New Creator