Nojoto: Largest Storytelling Platform

বিদ্ৰোহৰ আভৰণ খহাই, বেজাৰৰ আৱিলতাত পোত যোৱা হৃদয়েও

বিদ্ৰোহৰ আভৰণ খহাই,
বেজাৰৰ আৱিলতাত পোত যোৱা হৃদয়েও কেতিয়াবা গাই..! 
"সুখৰ কবিতা"। 

চকুত সপোন পুৰে..।
হৃদয়ত জীৱন জ্বলে।
ৰ'দ পৰা কেঁকুৰিটিলৈ বুলি আগৰ দৰে শব্দবোৰো বৈ নাহে। 

হায়...!ইমানখিনিৰ পিছতো এটা খোজক আকাংক্ষাই কিয় বাৰু মেৰিয়াই ৰাখে....?
 🖤
#নিস্তব্ধ

nojotouser9103025844

sangita

New Creator

🖤 #নিস্তব্ধ