Nojoto: Largest Storytelling Platform

পাহাৰৰ দাঁতিয়ে দাঁতিয়ে নদীৰ তীৰে তীৰে অন

পাহাৰৰ দাঁতিয়ে দাঁতিয়ে           নদীৰ তীৰে তীৰে
অনাই বনাই ঘূৰি-ফুৰি           বলীয়া, মতলীয়া আমি;
চহৰৰ গলিয়ে গলিয়ে            গাঁৱৰ চকে চকে 
                   আদ্দা পিটাবোৰ ও আমি ;
"তুমি মোৰ     মই তোমাৰ"           কবি ও আমি
 হাৰ্টব্ৰোকেন ষ্টেটাচ্  লিখাবোৰ ও আমি,
 ‎"তোমাৰ" বুলি এশাৰী মাত্ৰ, কিন্তু গল্পকাৰ ও আমি;
 ‎আশা তথা শুভকামনা থাকিল তুমিবোৰলৈ ও  ‎হেপ্পী চিংগেলচ্ দে আৰু 
সোনকালে সংগী পোৱা বুলি || Happy Singles' Day ..

Happy Singles' Day ..