Nojoto: Largest Storytelling Platform

#যৌৱন# উজাগৰী নিশা চুটি হ'ব, অনাহকত ওঁঠযুৰিয়ে মিচি

#যৌৱন#
উজাগৰী নিশা চুটি হ'ব,
অনাহকত ওঁঠযুৰিয়ে মিচিকিয়াব;
কামনা গধুৰ সপোনে কথা ক'ব, 
হয়, আপুনি প্ৰেমত পৰিব;
সিদিনা, আপুনি প্ৰেমত পৰিব।  #firstlove #যুগমীয়া
#যৌৱন#
উজাগৰী নিশা চুটি হ'ব,
অনাহকত ওঁঠযুৰিয়ে মিচিকিয়াব;
কামনা গধুৰ সপোনে কথা ক'ব, 
হয়, আপুনি প্ৰেমত পৰিব;
সিদিনা, আপুনি প্ৰেমত পৰিব।  #firstlove #যুগমীয়া

#FirstLove #যুগমীয়া #যৌৱন