Nojoto: Largest Storytelling Platform

নাজানো কি হৈছে ?? অজুহাতবোৰে সীমা চেৰাইছে নে, অৱহে

নাজানো কি হৈছে ??
অজুহাতবোৰে সীমা চেৰাইছে নে,
অৱহেলাই মূৰত ধৰিছে, 
কিন্তু তেওঁৰ কথা 
মনলৈ আহিলেই 
এতিয়াও মোৰ দগ্ধ হৃদয়ত
বিৰহে চানি ধৰে... #মৰম #তেওঁ #পাৰিজাত #assamesepoetry #openforcollab #yqbandhoi #হিয়া ৰ কথা #YourQuoteAndMine
Collaborating with Hiyasmita Ray

nojotouser9103025844

sangita

New Creator