Nojoto: Largest Storytelling Platform

আজি মুক্ত তুমি নীল আকাশত উৰি ফুৰা চৰাইৰ নিচিনা আ

আজি মুক্ত তুমি  
নীল আকাশত উৰি ফুৰা চৰাইৰ নিচিনা
আজি মুক্ত তুমি 
গভীৰ অৰণ্যত চৰি ফুৰা হৰিণীৰ নিচিনা
আজি মুক্ত তুমি 
উত্তাল সমুদ্ৰৰ ফেনিল জলৰাশিৰ নিচিনা
আজি মুক্ত তুমি 
কোনো কবিৰ কাব্যৰ অসংখ্য ছন্দৰ নিচিনা
আজি মুক্ত তুমি 
মুক্ত তোমাৰ আকাশ , অৰণ্য , সমুদ্ৰ আৰু ছন্দ Mukto tumi
আজি মুক্ত তুমি  
নীল আকাশত উৰি ফুৰা চৰাইৰ নিচিনা
আজি মুক্ত তুমি 
গভীৰ অৰণ্যত চৰি ফুৰা হৰিণীৰ নিচিনা
আজি মুক্ত তুমি 
উত্তাল সমুদ্ৰৰ ফেনিল জলৰাশিৰ নিচিনা
আজি মুক্ত তুমি 
কোনো কবিৰ কাব্যৰ অসংখ্য ছন্দৰ নিচিনা
আজি মুক্ত তুমি 
মুক্ত তোমাৰ আকাশ , অৰণ্য , সমুদ্ৰ আৰু ছন্দ Mukto tumi
mrinmaysharma8707

Mrin

New Creator