#নন্দিনী .. সকলোৰে মৰমৰ এজনী সহজ সৰল ছোৱালী । মই তাইক মৰমত মাতো "নী" বুলি । আপোনালোকে বুজিছে নে মই কাৰ কথা ক'ব খুজিছো । হয় মই @জুৰিৰাজ খোৱা গগৈ #ৰাগ-নন্দিনীৰ "নী" জনী কথা ক'ব বিচাৰিছো । কাহিনীটো কিতাপ আকাৰ দিয়া পৰা মই বাট চাই আছিলো সেই দিনটোলৈ ... অৱশেষত আহিল সেই দিনটো । অহা ২০ তাৰিখ শনিবাৰে #ৰাগ-নন্দিনীক আমাৰ মাজলৈ লৈ অহা @জুৰি ৰাজখোৱা গগৈক লগ পাম শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত হৈ থকা গ্ৰন্থ মেলাত ৷ ©Parishmita Gogoi