Nojoto: Largest Storytelling Platform

সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ, ঠিক এ

সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া