Nojoto: Largest Storytelling Platform

প্ৰেম এক সংগ্ৰাম হয় হৃদয়ৰ আৰু এই সাহস মই, মুখেৰে

প্ৰেম এক সংগ্ৰাম হয় হৃদয়ৰ আৰু এই সাহস মই,
মুখেৰে কয় মুখনি মাৰিব নিবিচাৰোঁ, 
এটা সঁচা সম্পৰ্কৰ পাতনিৰ পৰা সামৰণি লৈ যি যাত্ৰা একেলগে পাৰ কৰিব বিচাৰো//
হয়টো তোমাৰ সুখত উপভোগী হবলৈ প্ৰত্যেক জন এ থিয় হব, 
কিন্তু দুখত সমভাগি কেৱল মই হব বিচাৰোঁ, আৰু এই স্থান মই কাৰোকে দিব নিবিচাৰোঁ।।

©janbi
  poem
aisha4653894936046

jaanbi

New Creator

poem #Love

99 Views