Nojoto: Largest Storytelling Platform

#OpenPoetry ॥তই উচুপি নাকান্দিবি॥ বেৰত মালা পিন্ধো

#OpenPoetry ॥তই উচুপি নাকান্দিবি॥
বেৰত মালা পিন্ধোৱা
ছবিখন চাই চাই
নাকান্দিবিছোন তই..
মই তোৰ সদায়েই আপোন।
হ'ব পাৰো মই মৃত 
কিন্তু মোৰ আত্মা 
সদায়েই জীৱিত।
মোৰ বুকুত মাথো 
তই আছ...!!
আৰু আছে তোৰ বাবে
এসাগৰ সাচতিয়া মৰম।
কিন্তু মোক ভগৱানে
সোনকালেই লৈ গ'ল
মোৰ মৰম যাচিৱলৈ
তোক ভালকৈয়ে নাপালোৱেই ...
তই দুখ নকৰিবি..
মই তোৰেই আত্মাংশ..
মাথো এতিয়া অদৃশ্য..!! #OpenPoetry
#OpenPoetry ॥তই উচুপি নাকান্দিবি॥
বেৰত মালা পিন্ধোৱা
ছবিখন চাই চাই
নাকান্দিবিছোন তই..
মই তোৰ সদায়েই আপোন।
হ'ব পাৰো মই মৃত 
কিন্তু মোৰ আত্মা 
সদায়েই জীৱিত।
মোৰ বুকুত মাথো 
তই আছ...!!
আৰু আছে তোৰ বাবে
এসাগৰ সাচতিয়া মৰম।
কিন্তু মোক ভগৱানে
সোনকালেই লৈ গ'ল
মোৰ মৰম যাচিৱলৈ
তোক ভালকৈয়ে নাপালোৱেই ...
তই দুখ নকৰিবি..
মই তোৰেই আত্মাংশ..
মাথো এতিয়া অদৃশ্য..!! #OpenPoetry