Nojoto: Largest Storytelling Platform

অধমে কেৱল আনৰ দোষ বিচাৰি ফুৰে, মধ্যমজনে গুণৰ লগত

অধমে কেৱল আনৰ দোষ বিচাৰি ফুৰে,  মধ্যমজনে গুণৰ লগত দোষো দেখে, উত্তমজনে মানুহৰ কেৱল গুণটোহে দেখে৷ 
#নিজকে বিচাৰ কৰক আপুনি কোন শ্ৰেণীৰ?? #memse