তৰ্ক নকৰি আতৰি যোৱাজনক চাবা। তেওঁ ভয়াতুৰ নহয় অথবা এইটোও নহয় যে তেওঁ প্ৰত্যুত্তৰ দিব নাজানে। তেওঁ প্ৰকৃততে হাৰি নাযায়। হাৰি যায় সেইজন যিজনে নাজানে সেই মৌনতাৰ আঁৰৰ শ্ৰেষ্ঠতা। কাণত অহৰহ বাজি ৰয়... আদৰ্শ চৰিত্ৰৰ শ্ৰেষ্ঠতম বাণী.... "মানুহৰ নিচিনা নহবা মানুহ হোৱা।" "মানুহৰ নিচিনা নহয়,মানুহ হোৱা" #yqbandhoi #yqbaba #assamese #assamesewriters #অসমীয়া_অনুভৱ #assamesequote #মানুহ #অসমীয়া