Nojoto: Largest Storytelling Platform

তুমি ধূপল দোহিনী হোৱা, মই বাৰিষা হৈ তোমাক জীপাল ক

তুমি ধূপল দোহিনী হোৱা, মই বাৰিষা হৈ 
তোমাক জীপাল কৰি তুলিম। 
তুমি ৰত্নাকৰ হোৱা, মই স্ৰোতস্বিনী হৈ
তোমাৰ সৈতে বিলীন হৈ পৰিম।  আপুনি আপোনাৰ প্ৰিয়জন কি হোৱাটো বিচাৰে এশাৰী লিখক চোন। অলপ ৰোমাণ্টিক ধৰণে😜😜... #অসমীয়া #প্ৰিয়জন #বিপ্লৱ #সহযোগ #assamese  #YourQuoteAndMine
Collaborating with Biplob Sonowal

nojotouser9103025844

sangita

New Creator