Nojoto: Largest Storytelling Platform

A Friend বন্ধু মানে তেজৰ সম্পৰ্ক নথকাৰ পাছতো ভাইটি

A Friend বন্ধু মানে তেজৰ সম্পৰ্ক নথকাৰ পাছতো ভাইটি-ভন্টিৰ দৰে !

বন্ধু মানে হেজাৰ ভূলৰ পাছতো গালিৰে আলিঙ্গন কৰা !

বন্ধু মানে কোনোবাৰ পৰা থাপ্পৰ খাই উভতি অহাৰ পাছত একেলগে সকলো বন্ধু গৈ তাৰ প্ৰতিশোধ লোৱা !

বন্ধু মানে ভালপোৱাৰ মানুহৰ কাষত যোৱাৰ সাহস যোগোৱা !

বন্ধু মানে পৰীক্ষাৰ হলত বহি তাৰ বাৱে অপেক্ষা কৰা !

বন্ধু মানে মাজ ৰাতিত অসুস্থ হোৱাৰ পাছত পাগলৰ দৰে হাস্পাতালত লৈ যোৱা !

বন্ধু মানে মন বেয়াৰ দিনবোৰ পগলামী কৰি সুন্দৰ কৰি তোলা !

বন্ধু মানে নিজৰ পকেটৰ টকাক তোৰ টকা বুলি চলাই দিয়া !

বন্ধু মানে তোৰ হাঁহিৰ কাৰণে ,নিজকে বিলাই দিয়া !

বন্ধু মানে তোৰ কষ্টৰ দিনবোৰক আপোন কৰি লোৱা !

বন্ধু মানে চাহৰ দোকানত স্বপ্নৰ কথাত বাঁহ সজোৱা !

বন্ধ মানে ভিন্ন নামেৰে তোক মাতি ধেমালি কৰা 

বন্ধু মানে প্ৰেমৰ বিৰহৰ দিনবোৰ জীৱনৰ পৰা মুচি পেলোৱা !

বন্ধ মানে নিজৰ প্ৰেয়সীৰ ওচৰত জোৰকৈ চিঠি দিয়া !

বন্ধু মানে ঘৰ এৰি অহাৰ পাছত তোৰ ঘৰত উঠা 

বন্ধু মানে তোৰ মাজৰ দেউতাক নিজৰ বুলি চলাই দিয়া ।

বন্ধ মানে দিনৰ শেষত সকলো ক্লান্তি মুচি পেলোৱাৰ সেই আড্ডাত যোগ দিয়া !

বন্ধু মানে নিজৰ সকলো কিছু বিনিময় কৰা

বন্ধু মানে খং কৰি থাকি হঠাৎ চাল্লা 

তই ফোন নকৰিলি বুলি গালি দিয়া ।

বন্ধু মানে জীৱনৰ শেষ বিশ্বাসৰ আগ পৰ্যন্ত

তোৰ বাৱে সমস্ত উৎসৰ্গ কৰা !