নৈয়ে ইতিহাস নিজে দৰ্শন কৰে।কত অব্যক্ত কাহিনীৰ মৌন কথক নৈ। নিজান - নিতাল প্ৰহৰবোৰত নৈয়ে কাহিনীবোৰ পুনঃস্মৰণ কৰি দুখ- সুখৰ হিচাপ- নিকাচ কৰে। ©Dr-Pongkhipriya Sharma নৈ #thought #river silence quotes life quotes inspirational quotes quotes on life quotes