Nojoto: Largest Storytelling Platform

নৈয়ে ইতিহাস নিজে দৰ্শন কৰে।কত অব্যক্ত কাহিনীৰ

নৈয়ে ইতিহাস  নিজে দৰ্শন
 কৰে।কত 
অব্যক্ত কাহিনীৰ মৌন কথক নৈ।
নিজান - নিতাল প্ৰহৰবোৰত
নৈয়ে কাহিনীবোৰ পুনঃস্মৰণ
কৰি দুখ- সুখৰ হিচাপ- নিকাচ
কৰে।

©Dr-Pongkhipriya Sharma নৈ
#thought #river  silence quotes life quotes inspirational quotes quotes on life quotes
নৈয়ে ইতিহাস  নিজে দৰ্শন
 কৰে।কত 
অব্যক্ত কাহিনীৰ মৌন কথক নৈ।
নিজান - নিতাল প্ৰহৰবোৰত
নৈয়ে কাহিনীবোৰ পুনঃস্মৰণ
কৰি দুখ- সুখৰ হিচাপ- নিকাচ
কৰে।

©Dr-Pongkhipriya Sharma নৈ
#thought #river  silence quotes life quotes inspirational quotes quotes on life quotes