Nojoto: Largest Storytelling Platform

সেই পদুলিৰ বকুলজোপাৰ সুৱাসে বিন্ধে মোৰ নাকত... কিন

সেই পদুলিৰ বকুলজোপাৰ সুৱাসে
বিন্ধে মোৰ নাকত...
কিন্তু বিষ হয় মোৰ হৃদয়ত। 
আৰু সেই তিক্ত বিষতেই
সৃষ্টি হয় মোৰ প্ৰিয় বিষাদৰ কবিতা। #অনুগল্প #অনুভূতি #অনুকবিতা
অনুগ্ৰহ কৰি সহযোগ কৰিব...
মোৰ মৰমৰ লেখক বন্ধুসকল, মোৰ hastag (#আকাংখ্যা) ত আপোনাৰ বহুমূলীয়া লেখাসমূহ সংযোগ কৰিলে নথৈ আনন্দিত হম।আপোনাৰ আভাৰী হৈ ৰম।🤗
#yqbandhoi #assamesequote #assamesewriters   #YourQuoteAndMine
Collaborating with Chandan Gogoi

nojotouser9103025844

sangita

New Creator