Nojoto: Largest Storytelling Platform

তুমি নকলেও হ'ব কিবা এটা যে... আউল লগাইছো তোমাৰ হৃ

তুমি নকলেও হ'ব
কিবা এটা যে... 
আউল লগাইছো তোমাৰ হৃদয়ত !
কি নো প্ৰয়োজন আছে ?
এই যে তুমি
সমনীয়াৰ সৈতে কিৰীলি এটি মাৰি 
পদুলিটো পাৰ হৈ যোৱা। 
এয়াই জানো যথেষ্ঠ নহয় ?
তোমাৰ সেই আবেগৰ কিৰীলি 
আৰু 
মোৰ হৃদয়ত তোলে অনুভূতিৰ হাজাৰ চুনামি ।


 #openforcollab
#প্ৰেম
#এটি অনুভৱ
তুমি নকলেও হ'ব
কিবা এটা যে... 
আউল লগাইছো তোমাৰ হৃদয়ত !
কি নো প্ৰয়োজন আছে ?
এই যে তুমি
সমনীয়াৰ সৈতে কিৰীলি এটি মাৰি 
পদুলিটো পাৰ হৈ যোৱা। 
এয়াই জানো যথেষ্ঠ নহয় ?
তোমাৰ সেই আবেগৰ কিৰীলি 
আৰু 
মোৰ হৃদয়ত তোলে অনুভূতিৰ হাজাৰ চুনামি ।


 #openforcollab
#প্ৰেম
#এটি অনুভৱ
nojotouser9103025844

sangita

New Creator