Nojoto: Largest Storytelling Platform

আপুনি আপোনাৰ স্বপ্নৰ সৰণিত আৱৰণশূন্য , মই আমাৰ অন্

আপুনি আপোনাৰ স্বপ্নৰ সৰণিত আৱৰণশূন্য ,
মই আমাৰ অন্বিত স্বপ্নৰ পম খেদি পথভ্ৰান্ত।
আৰু এই স্বপ্নৰ নেকেহা স্বনৰ ভৰতহে মই মৌনব্ৰতী। 

আপুনি হয়তো মোক কদৰ্থনা কৰিব পাৰে 
যে স্বাৰ্থান্বেষীৰ দৰে সপোনৰ দৌৰাত্মত ক্লান্ত হৈ
মই মৌনতাৰ আশ্ৰয় লৈছো,
কিন্তু কি জানেনে!! 
আপোনাৰ ব্যস্ত জীৱনৰ সপোন তুলিকাৰ
 ক'লা  ৰঙ,
মোৰ হৃদয়ত ছিটিকি পৰাৰ বাবেহে
আজি মই মৌন।  পলমকৈ হ'লেও ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ চেষ্টা কৰিলো।
 সহযোগ কৰিব পাৰে
#সাগৰিকাৰঅনুভৱৰটুকুৰা 
#বৰণীয়াজীৱন 
#yqassamese #yqbaba #yqbandhoi   #YourQuoteAndMine
Collaborating with Sagarika Rajbongshi

nojotouser9103025844

sangita

New Creator