Nojoto: Largest Storytelling Platform

যেতিয়া সম্পৰ্ক এটা গঢ় লৈ উঠে তেতিয়া হৃদয়ত নিষ্কল

যেতিয়া সম্পৰ্ক এটা গঢ় লৈ উঠে
 তেতিয়া হৃদয়ত নিষ্কলুষ অনুভূতিৰ এগছি বন্তি প্ৰজ্বলিত হয়। 
সেই বন্তিৰ বিভাসাই আশাৰ সঞ্চাৰ কৰে, জীৱন আলোকিত কৰাৰ।
আশাতেই জন্ম হয় বি‌শ্বাসৰ আৰু আৰম্ভ হয় ...
প্ৰণয়ৰ নিৰৱধি নৈখনৰ..
 #যেতিয়াসম্পৰ্কগঢ়লৈ উঠে, মৰমবোৰ গ্ৰহণ কৰিব লাগে।
#অসমীয়া_অনুভৱ #অসমীয়া #yqbaba #yqbandhoi #collab #bandhoicollab   #YourQuoteAndMine
Collaborating with YourQuote Bandhoi
Collaborating with Hiyasmita Ray

nojotouser9103025844

sangita

New Creator