Nojoto: Largest Storytelling Platform

#আবেলি সাঁথৰ সাঁথৰ জীৱন নিৰন্তৰ এখন যুঁজ নিজৰে

#আবেলি


 
সাঁথৰ সাঁথৰ জীৱন
নিৰন্তৰ এখন যুঁজ নিজৰেই লগত
তথাপিও মায়া জাগে এই জীৱনলৈ
এটি প্ৰাৰ্থনা অহৰহ বাজি থাকে বুকুত
"জীৱন, তই কুশলে থাক।"

©Kabita #আবেলী
#আবেলি


 
সাঁথৰ সাঁথৰ জীৱন
নিৰন্তৰ এখন যুঁজ নিজৰেই লগত
তথাপিও মায়া জাগে এই জীৱনলৈ
এটি প্ৰাৰ্থনা অহৰহ বাজি থাকে বুকুত
"জীৱন, তই কুশলে থাক।"

©Kabita #আবেলী
kabita7559768616191

Kabita

New Creator

#আবেলী #Love #আবেলি