Nojoto: Largest Storytelling Platform

॥সৌ ছবিখন মোৰ আজিও মনত পৰে॥ তুমি হৈছা মোৰ তুলিকাৰ

॥সৌ ছবিখন মোৰ আজিও মনত পৰে॥

তুমি হৈছা মোৰ তুলিকাৰে অঁকা
এখন ৰঙীন ছবি,
সৌ তেতিয়াই অঁকা সেই ছবিখন
এতিয়াও জীৱিত,কিন্তু
মোৰ সেই তুলিকাৰ ৰং
শুকাই যোৱা বহুদিনেই হ'ল
তুমি জানা-
মই আজি-কালি
ছবি আকিবলৈও এৰিলো নহয়?
মোৰ তুলিকাও 
শুকাই খৰখৰিয়া হ'ল
মাথো
মই যে আকিছিলো সেই ছবিখন
সেইখন ছাই মই এতিয়াও হাঁহি থাকো
পাগলৰ দৰে
কিন্তু মই পাগল নহয়,
তোমাৰ স্মৃতিবোৰে মোক
পাগল কৰিছে। #Heart
॥সৌ ছবিখন মোৰ আজিও মনত পৰে॥

তুমি হৈছা মোৰ তুলিকাৰে অঁকা
এখন ৰঙীন ছবি,
সৌ তেতিয়াই অঁকা সেই ছবিখন
এতিয়াও জীৱিত,কিন্তু
মোৰ সেই তুলিকাৰ ৰং
শুকাই যোৱা বহুদিনেই হ'ল
তুমি জানা-
মই আজি-কালি
ছবি আকিবলৈও এৰিলো নহয়?
মোৰ তুলিকাও 
শুকাই খৰখৰিয়া হ'ল
মাথো
মই যে আকিছিলো সেই ছবিখন
সেইখন ছাই মই এতিয়াও হাঁহি থাকো
পাগলৰ দৰে
কিন্তু মই পাগল নহয়,
তোমাৰ স্মৃতিবোৰে মোক
পাগল কৰিছে। #Heart