ঐ শুনাচোন, যদি মই কও,তোমাৰ ক'লা কোটটোৰ বাওকাষৰ কোণ এটাত অজানিতে মোৰ হৃদয়খন এৰি আহিলোঁ, তেন্তে চিনাকি চহৰৰ এই অচিনাকি বাটটোত এবাৰলৈ বাৰু ৰ'বানে? দুখৰ কাৰণ নুসোধো বাৰু; কিন্তু কথা দিছো, যাবৰ পৰত এমুঠি বকুলৰ সুবাস গাঠি পঠিয়াম দুচকুত। বকুলৰ সুবাসত এমোকোৰা হাঁহি.... #yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #assamese #অসমীয়া_অনুভৱ #বকুল