মোৰ ভাললগাবোৰক এবাৰলৈ তোমাৰ ভাললগা কৰি লোৱানা, যদি বেয়া পোৱা নকওঁ বাৰু কিন্তু এবাৰ নোসোধাকৈয়ে সকলোখিনি বুজি উঠা হোৱানা, প্ৰতিশ্ৰুতি অবিহনেই ৰৈ যোৱানা আজীৱন,মাথোঁ শিৰত তোমাৰ নামৰ ৰঙাখিনি এবাৰ আঁকি দিয়ানা। বিনিময়ত সমস্ত দুখবোৰ উজাৰি দিয়া, কোনো দুখে চুব নোৱাৰাকৈ আৱৰি ৰাখিম। মোৰ হৈ ৰোৱা বুলি নকও বাৰু কিন্তু মোক তোমাৰ কৰি ৰাখানা!! #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #assamesequote #assamese