Nojoto: Largest Storytelling Platform

নাই.... তেওঁৰ প্ৰতি মোৰ একোৱেই আশা নাই। তেওঁৰ ব্য

নাই....
তেওঁৰ প্ৰতি মোৰ একোৱেই আশা নাই। 
তেওঁৰ ব্যস্ততাৰ তাগিদাত 
মোৰ মৰমবোৰ  কেতিয়াবাই সামৰিলো। 
তথাপি 
কিয় নাজানো
হয়তো মোৰ আবেগৰ তাগিদাত 
মই এতিয়াও ব্যস্ত 
তেওঁৰ এটি notification ৰ অপেক্ষাত। 

 #openforcollab
#the 
#ringing_bell 
#and 
#heartbeat
#assamesequote 
#yqqoutes    #YourQuoteAndMine
Collaborating with Ar Dutta
নাই....
তেওঁৰ প্ৰতি মোৰ একোৱেই আশা নাই। 
তেওঁৰ ব্যস্ততাৰ তাগিদাত 
মোৰ মৰমবোৰ  কেতিয়াবাই সামৰিলো। 
তথাপি 
কিয় নাজানো
হয়তো মোৰ আবেগৰ তাগিদাত 
মই এতিয়াও ব্যস্ত 
তেওঁৰ এটি notification ৰ অপেক্ষাত। 

 #openforcollab
#the 
#ringing_bell 
#and 
#heartbeat
#assamesequote 
#yqqoutes    #YourQuoteAndMine
Collaborating with Ar Dutta
nojotouser9103025844

sangita

New Creator