Nojoto: Largest Storytelling Platform

কবিতাৰ চোতালত শব্দৰ কৰুণ গাথা শ্বাশত শব্দৰ আঘা

কবিতাৰ চোতালত শব্দৰ কৰুণ গাথা  
  শ্বাশত শব্দৰ আঘাত..
  সুগন্ধি পখিলাৰ পাতত 
   কিবা এটা নাই.. .. ..
  আমি নিৰুপায় 
  নাহে আৰু হীৰু দা দুনাই !

  পলমকৈ শ্ৰদ্ধাৰে সোবৰিলো  মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ কবিলৈ ... paying tribute to Heren Bhatta.