Nojoto: Largest Storytelling Platform

মোৰ ইচ্ছাৰ বিৰুদ্ধে তুমি মোক বন্দী কৰি থৈছা কিয়..

মোৰ ইচ্ছাৰ বিৰুদ্ধে 
তুমি মোক বন্দী কৰি থৈছা কিয়..??
তোমাৰ মিথ্যা বিশ্ৰম্ভৰ এনাজৰীত..।

প্ৰতাৰিত হৈ আছো বুলি জানিও 
এই নিলাজ মনে আজিও জানা
তোমাৰ হাঁহিত হাঁহে 
তোমাৰ বেজাৰত কান্দে।
 
অনুগ্ৰহ কৰি 
মুক্ত কৰি দিয়ানা
মোৰ মনটোক তুমি। 
কাবৌ কৰিছো..!! 


 #বন্দী মনৰ আৰ্তনাদ।
মোৰ ইচ্ছাৰ বিৰুদ্ধে 
তুমি মোক বন্দী কৰি থৈছা কিয়..??
তোমাৰ মিথ্যা বিশ্ৰম্ভৰ এনাজৰীত..।

প্ৰতাৰিত হৈ আছো বুলি জানিও 
এই নিলাজ মনে আজিও জানা
তোমাৰ হাঁহিত হাঁহে 
তোমাৰ বেজাৰত কান্দে।
 
অনুগ্ৰহ কৰি 
মুক্ত কৰি দিয়ানা
মোৰ মনটোক তুমি। 
কাবৌ কৰিছো..!! 


 #বন্দী মনৰ আৰ্তনাদ।
nojotouser9103025844

sangita

New Creator

#বন্দী মনৰ আৰ্তনাদ।