Nojoto: Largest Storytelling Platform

আপুনি কি কয় নাজানো, কিন্তু যেতিয়ালৈ নিজক বচোৱাৰ সল

আপুনি কি কয় নাজানো, কিন্তু যেতিয়ালৈ নিজক বচোৱাৰ সলনি ভেকুলীয়ে সাপক বা হৰিণে বাঘক আক্ৰমণ নকৰে, তেতিয়ালৈ ভেকুলী সাপৰ, হৰিণ বাঘৰ খাদ্য হৈয়ে থাকিব। যেনেদৰে আমি মানি লওঁ আমাৰ কপাঁলক। যেতিয়ালৈ কপাঁলক আমি আক্ৰমণ নকৰো, তেতিয়ালৈ কপাঁলে আমাক আক্ৰমণ কৰিবই কৰিব! Jibon